সদৌ অসম আদিবাসী ছাত্ৰ সন্হা আছা কেন্দ্ৰীয় সমিতিৰ মত বিনিময় - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 30 June 2025

সদৌ অসম আদিবাসী ছাত্ৰ সন্হা আছা কেন্দ্ৰীয় সমিতিৰ মত বিনিময়






সদৌ অসম আদিবাসী ছাত্ৰ সন্হা আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদকৰ নিৰ্দেশ মৰ্ম্মে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডেভিড জে তিৰ্কী আৰু কোকৰাঝাৰ জিলা সমিতি সভাপতি পাউল টুডু সাধাৰণ সম্পাদক ফেড্ৰিকচন হাসদা, উপ-সভাপতি ৰিকি হাসদাৰ সহযোগত  এটি সজাঁতি দলে কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মহকুমাৰ মঙ্গলাহাট গাওঁত উপস্হিত হয়।


 সঁজাতি দলটোৱে আদানি পাৱাৰ প্ৰকল্প সম্পৰ্কে ৰাইজৰ লগত মত-বিনিময় কৰে। 


মত বিনিময় যোগেদি কিছু তথ্য সংগ্ৰহ কৰিলে বুলি দলটোৱে অৱগত কৰে লগতে  কিছুমান চৰকাৰী কৃতপক্ষই এই  সহজ-সৰল আদিবাসী সকলক উচ্চেদ কৰাৰ যো-যা চলাইছে বুলিও অভিযোগ উত্থাপিত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here