ডিম্পী বৈশ্যলৈ 'বেদান্ত ভূষণ' সন্মান - W7S News Hindi

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 3 April 2023

ডিম্পী বৈশ্যলৈ 'বেদান্ত ভূষণ' সন্মান

 



W7s news,,,,,যোৱা ৩০ মাৰ্চত 'সংস্কৃতি ভাৰত বেদান্ত মিছন অৱ ইণ্ডিয়া'ই আয়োজন কৰা শাস্ত্ৰীয় নৃত্যানুষ্ঠানত অসমৰ সত্ৰীয়া নৃত্য শিল্পী ডিম্পী বৈশ্যক 'বেদান্ত ভূষণ' সন্মান প্ৰদান কৰা হয় ৷ প্ৰয়াগৰাজৰ আদ্য শংকৰাচাৰ্য দেৱে এই সন্মান প্ৰদান কৰে ৷ আনহাতে, গুৰু পংকজ চৰণ ওডিছী গৱেষণা কেন্দ্ৰই উৰিষ্যাৰ ভূৱনেশ্বৰৰ ৰৱীন্দ্ৰ মণ্ডপত যোৱা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ২৯ সংখ্যক 'গুৰু পংকজ উৎসৱ'ত অংশগ্ৰহণ কৰি ডিম্পী বৈশ্যই পোনপ্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্য পৰিৱশন কৰি কলাপ্ৰেমী সকলক আপ্লুত কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here